nilacharai.com

is creating Literary works
Select a membership level
শুভাকাংক্ষী
$1
per month
  • প্ৰতি মাহত যিকোনো এটা লেখাত নাম উল্লেখ কৰি কৃতজ্ঞতা স্বীকাৰ কৰা হ'ব।
সহযাত্ৰী
$2
per month
  •  প্ৰতি মাহত যিকোনো দুটা লেখাত নাম উল্লেখ কৰি কৃতজ্ঞতা স্বীকাৰ কৰা হ'ব। 
পৃষ্ঠপোষক
$10
per month
  • পৃষ্ঠপোষকৰ বিশেষ পৃষ্ঠাত স্থায়ীভাৱে নাম উল্লেখ কৰা হ'ব।
  • লেখা সম্পৰ্কত আমাক ব্যক্তিগত পৰ্যায়ত পৰামৰ্শ আগবঢ়াব পাৰিব।
বিশেষ পৃষ্ঠপোষক
$20
per month
  • পৃষ্ঠপোষকৰ বিশেষ পৃষ্ঠাত আলোকচিত্ৰৰ সৈতে স্থায়ীভাৱে নাম উল্লেখ কৰা হ'ব। 
  •  লেখা সম্পৰ্কত আমাক ব্যক্তিগত পৰ্যায়ত পৰামৰ্শ আগবঢ়াব পাৰিব।

0

patrons

About nilacharai.com

নীলা চৰাই (nilacharai.com) অসমীয়া ভাষাত প্ৰকাশিত এটি ৱেবচাইট। এই চাইটত প্ৰতিশ্ৰুিতসম্পন্ন নতুন লেখক-লেখিকাৰ লেখা গুৰুত্বসহকাৰে প্ৰকাশ কৰাৰ লগতে পুৰণি ধ্ৰুপদী লেখা নিয়মীয়াকৈ প্ৰকাশ কৰা হয়। লেখা সংগ্ৰহ, সম্পাদনা, কম্পজিং আদিৰ লগতে ডমেইন নেম, ৱেবচাইট হষ্টিং আদিত ভালেমান ধন খৰচ হোৱাৰ পৰিপ্ৰেক্ষিতত পাঠক-শুভাকাংক্ষীসকলৰ পৰা সাধ্য অনুসৰি দান গ্ৰহণ কৰিবৰ বাবে এই পেট্ৰিয়ন ব্যৱস্থা আৰম্ভ কৰা হৈছে। আমি আশা কৰিম, আপোনালোকৰ দান-বৰঙণিয়ে নীলা চৰাইক টনকীয়াল কৰি ৰখাত সহায় কৰিব।
Goals
0% complete
প্ৰতিমাহে ২০০ ডলাৰকৈ বৰঙণি জমা হ'লে আমি পেছাদাৰী কম্পজিটৰ নিয়োগ কৰি অধিক পৰিমাণে গুণসম্পন্ন লেখা প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম।
1 of 2

Recent posts by nilacharai.com